Public 

ভূটানৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে বিজনী মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰৰ ঢলাধন্ধা,চিকাকে ধৰি বহু আঞ্চল

ভূটানৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে বিজনী মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰৰ ঢলাধন্ধা,চিকাকে ধৰি বহু আঞ্চল।তিনিশৰো অধিক পৰিয়াল কক্ বকাইছে বানৰ ফলত।হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ ক্ষতিসাধন।

Read More
Public 

চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ২ নং মোনাকোষাত আৰক্ষীৰ অভিযান।

চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ২ নং মোনাকোষাত আৰক্ষীৰ অভিযান। ২ জন ড্ৰাগছ ব্যৱসায়ীসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ,মটৰ চাইকেল,৩টা মোৱাইল জব্দ।ব্যৱসায়ী দুজন ক্ৰমে আব্দুল হাই আৰু তুৰাব আলি ।

Read More
Public 

বকোৰ প্ৰায় সাত হাজাৰ বানাক্ৰান্তক খাদ্য, সামগ্ৰী বিতৰণ বিধায়িকা নন্দিতা দাসৰ।

বকোৰ প্ৰায় সাত হাজাৰ বানাক্ৰান্তক খাদ্য, সামগ্ৰী বিতৰণ বিধায়িকা নন্দিতা দাসৰ। খোৱাপানীৰ বাবে নলী নাদৰ ব্যৱস্থা।

Read More
Politics 

অসম সাহিত্য সভাৰ প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰন | কিন্তু কিয় এই পত্ৰ প্ৰেৰন কৰা হ’ল জানি লওঁক

অসম সাহিত্য সভাৰ প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰন | কিন্তু কিয় এই পত্ৰ প্ৰেৰন কৰা হ’ল জানি লওঁক – অসম সাহিত্য সভাৰ প্ৰধান মন্ত্ৰীলৈ পত্ৰ । Slået op af Public Press i Onsdag den 17. juli 2019

Read More