Sport 

শোণিতপুৰৰ বিহুগুৰিত সদৌ অসম ভিত্তিত কাৰাটে প্ৰশিক্ষণ শিবিৰ।

শোণিতপুৰৰ বিহুগুৰিত সদৌ অসম ভিত্তিত কাৰাটে প্ৰশিক্ষণ শিবিৰ। :::: বিগত সময়চোৱাত শোণিতপুৰ জিলাৰ বিহগুৰিত কাৰাটে প্ৰশিক্ষণ শিবিৰ কৰি অসমৰ বিভিন্ন জিলাৰ লগতে অসমৰ বাহিৰতো শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি অসমৰ বাবে সুনাম কঢ়িয়াই আনিছে বিগত সময়ত। আনহাতে আজি চন্দ্ৰ নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে কৰে সৰ্বভাৰতীয় কাৰাটে প্ৰশিক্ষক ৰাজেশ আগৰৱাল।

Read More