Public Recipe 

ৰাজ্য জুৰি ভোগালী বিহুক লৈ এতিয়া পাৰ ভঙা উছাহ

ৰাজ্য জুৰি ভোগালী বিহুক লৈ এতিয়া পাৰ ভঙা উছাহ ।অসমীয়াৰ জাতিৰ অতিকৈ চেনেহৰ ভোগালী বিহুলৈ আৰু মাজত মাত্ৰ কেইটামান দিন ।গাঁৱে-ভুঁঞে নগৰে-চহৰে মাঘ বিহুক আদৰাৰ এতিয়া ব্যাপক প্ৰস্তুতি । ৰঙিয়াতো ভোগালীৰ ব্যাপক আয়োজন । ভোগৰ উৎসৱ ভোগালীৰ বাবে চুঙাৰ দৈ প্ৰস্তূত কৰাত ব্যস্ত ৰঙিয়াৰ এচাম লোক । ।ভলুকা বাহৰ প্ৰায় এক হাজাৰ চুঙাত প্ৰস্তুত কৰিছে সুস্বাদু দৈ ।এই লোক সকল এতিয়া দিনে ৰাতি ব্যস্ত হৈ পৰিছে চুঙাৰ দৈৰ লগতে ক্ৰিম , লাৰু , পিঠা বনোৱাত । এওঁলোকে নিজে খাবৰ বাবেই নহয় বিহুত ৰাইজকো খুৱাবৰ মন । তাৰ বাবে এতিয়া দৈ…

Read More