Politics 

অসম সাহিত্য সভাৰ প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰন | কিন্তু কিয় এই পত্ৰ প্ৰেৰন কৰা হ’ল জানি লওঁক

অসম সাহিত্য সভাৰ প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰন | কিন্তু কিয় এই পত্ৰ প্ৰেৰন কৰা হ’ল জানি লওঁক – অসম সাহিত্য সভাৰ প্ৰধান মন্ত্ৰীলৈ পত্ৰ । Slået op af Public Press i Onsdag den 17. juli 2019

Read More
Politics 

“হামৰেনত বিজেপিৰ জয় একেবাৰে ১০০ শতাংশ নিশ্চিত”—মংগলছিং তিমুং। হামৰেনত বিজেপিৰ যুটীয়াবর্ধিত সভা! ২১ পৰিয়ালৰ যোগদান বিজেপিত।

শ্চিম কাৰ্বি আংলং তথা পৰিষদীয় হামৰেন সমষ্টিৰ হামৰেন চহৰত আজি অনুষ্ঠিত হৈ যায় এখন বিজেপিৰ যুটীয়াবৰ্ধিত সভা। হামৰেন চহৰ সমিতিৰ অধীনৰ ১ আৰু ৩ নম্বৰ ৱাৰ্ডক সামৰি আয়োজন কৰা যুটীয়াবর্ধিত সভাত পৰিষদীয় ৮ নং হামৰেণ সমষ্টিৰ জন প্ৰতিনিধি তথা পৰিষদীয় সদস্য মংগলছিং তিমুং, হামৰেণ সমষ্টিৰ গাওঁ উন্নয়ণ সমিটিৰ অধ্যক্ষ বিৰেন তিছ, পৰিষদীয় প্ৰাক্তন কাৰ্য্যবাহী সদস্যা কাবন ইংতিপিৰ লগতে বিজেপি নেতা আৰচং ৰংহাং, বীৰেন তিচ্ছ’, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ কাৰ্যালয় সম্পাদক হাৰমন বে’, পিটৰ তিমুং আৰু ভালে সংখ্যক বিজেপি নেতা-কৰ্মী উপস্থিত থাকে। দুই শতাধিক লোক উপস্থিত থকা সভাত ভাষণ…

Read More
Politics 

প্ৰতিবাদ কাৰ্যসূচী তিনিচুকীয়া জিলাৰ মাকুমত।

২০১৬ নাগৰিক বিধেয়ক বাতিল কৰাৰ দাবীত আজি তিনিচুকীয়া জিলাৰ মাকুমত উত্তাল হৈ উঠে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । বৃহত্তৰ অসমীয়া যুৱ মঞ্চ , প্ৰাক্তন আলফা নেতা আৰু মৰাণ সভাই এক প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰে । ২০১৬ নাগৰিক বিধেয়ক বাতিলৰ দাবীত আজি সন্ধিয়া বহু সময় ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে যদিও সকলোৱে সহযোগ কৰে এই প্ৰতিবাদত । নৰেন্দ মুডি মূৰ্দাব্বাদ , নৰেন্দ মুডি গ বেক , বি জে পি মূৰ্দাব্বাদ , তেজ দিম মাটি নিদিও , আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই আদি ধ্বনি দি ৰাজপথ উত্তাল কৰি তুলে…

Read More
Politics 

পাকা মৌজা গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সামৰণিত বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনৰ অংশ গ্ৰহন।

পাকা মৌজা গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সামৰণিত বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনৰ অংশ গ্ৰহন। ::::::: ভাল গ্ৰন্থ ভাল মানুহৰ পৰম আৰু চৰম বন্ধু- ৮ জানুৱাৰীৰ পৰা সাত দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰপেটা জিলাৰ সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ফিঙুৱা মিল চকৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত প্ৰথম বাৰ্ষিক পাকা মৌজা গ্ৰন্থ আৰু বাণিজ্য মেলাৰ যোৱা চৈধ্য জানুৱাৰী তাৰিখে সমাপ্তি ঘটে । প্ৰাক্তন আছু নেতা ধৰ্মেশ্বৰ ৰয়, বাঙালী যুৱ ছাত্ৰৰ সভাপতি মহানন্দ সৰকাৰ দত্ত, আমছু নেতা নুৰজামাল ইছলাম, এবছু নেতা মহিপাল বড়োৱে বিশেষ ভাৱে উদ্যোগ লোৱা উক্ত গ্ৰন্থ আৰু বাণিজ্য মেলাত বিশিষ্ঠ সাহিত্যিক ইছমাইল হুছেইন,…

Read More
Politics 

ধুবুৰীত চলিছে মদৰ ৰোমৰমীয়া বেহা

ধুবুৰীত চলিছে মদৰ ৰোমৰমীয়া বেহা। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰু বালাজনৰ লগতে জিলা সদৰ ধুবুৰী চহৰত নিশা অভিযান চলিল জিলা শুল্ক বিভাগৰ। জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীৰ উপস্থিতিত শুল্ক বিভাগৰ অধ্যক্ষ মানসজ্যোতি দাসৰ নেতৃত্বত নিশা অভিযান চলোৱা হয়। অভিযান কালত এইবোৰ বৃহৎ পৰিমাণৰ বিলাতী সুৰা আৰু চুলাই মদ সহ আন বিভিন্ন সা সামগ্রী জব্দ কৰা হয়। লগতে মদৰ এনে ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত মুঠ এঘাৰ গৰাকী লোকক আটক কৰে অভিযান কাৰী দলটোৱে। উল্লেখযোগ্য যে ধুবুৰী জিলাৰ সদৰকে ধৰি জিলা খনৰ ভিন্ন প্ৰান্তত দীৰ্ঘদিনৰে পৰা এনে চুলাই মদ আৰু বিলাতী সুৰাৰ ৰোমৰমীয়া…

Read More
Politics 

চেঙাৰ চৰঅঞ্চলত আধাৰশিলা স্থাপন বিধায়ক শুকুৰ আলীৰ

চেঙাৰ চৰঅঞ্চলত আধাৰশিলা স্থাপন বিধায়ক শুকুৰ আলীৰ । :::: আজি বৰপেটা জিলাৰ 47নং চেঙা বিধান সভা সমষ্টিৰ অন্তৰ্গত খোলাবান্ধা এম ই স্কুল আৰু কাৰাইখেতি হাইস্কুলৰ অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে এসময়ৰ প্ৰভাৱশালী মন্ত্ৰী তথা বৰ্তমান চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদ | এই দুয়োখন আধাৰশিলাকে ধৰি বিধায়ক শুকুৰ আলীয়ে চেঙাৰ চৰঅঞ্চলত আজি একেদিনাই সৰ্বমুঠ 16 টা কামৰ আধাৰশিলা স্থাপন ৰে | উক্ত অনুষ্ঠানত তেওঁ সকলো ঠিকাদাৰক কাম ভালকৈ কৰিবলৈ আহ্বান জনায় আৰু ঠিকাদাৰৰ কামৰ প্ৰতি ৰাইজক তিক্ষ্ণ নজৰ ৰাখিবলৈ অনুৰোধ জনায় বিধায়ক শুকুৰ আলীয়ে |

Read More
Politics Public 

বিশুদ্ধ খোৱাপানী যোগানৰ বাবে

বিশুদ্ধ খোৱাপানী যোগানৰ বাবে নহয়; প্রদৰ্শনীৰ বাবেহে স্থাপন কৰা হৈছিল লাংমেপিৰ আঁচনি:—-এটুপি খোৱাপানীৰ বাবে হাহাকাৰ পশ্চিম কাৰ্বি আংলঙৰ লাংমেপিবাসীৰ। ::::::::::::::::::::::::::: ঘন জংগলৰ আৱৰণৰ মাজত বিকল-পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে পশ্চিম কাৰ্বি আংলঙৰ লাংমেপি পানী যোগান আঁচনি। ৰাইজৰ অভিযোগ বিশুদ্ধ খোৱাপানী যোগানৰ বাবে নহয়; প্রদৰ্শনীৰ বাবেহে স্থাপন কৰা হৈছিল লাংমেপিৰ পানী যোগান আঁচনি। সঁচাকৈ এক পৰিতাপৰ বিষয় এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে মৰুভূমিৰ মৰীচিকা দেখা যেন ভ্ৰম দেখিছে কাৰ্বি আংলঙৰ লাংমেপিবাসীয়ে। মৰুঞ্চলত তৃঞ্চাতুৰ জীৱকূলে মৰুভূমিৰ মৰীচিকা দেখি যিদৰে পানী লাভ কৰাৰ ভ্ৰম দেখে ঠিক একেদৰে লাংমেপিবাসীয়ে লাংমেপিত স্থাপন কৰা পানী যোগান আঁচনিখনৰে আশাধাৰী…

Read More