Uncategorized 

Huge Drug seized in Bongaigaon.

এক বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।যুৱ প্ৰজন্মক ধ্বংস কৰিব পৰা বৰবিষস্বৰূপ ড্ৰাগছ আজি নামনি মূৱা শৰাইঘাট এক্সপ্ৰেছৰ পৰা ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে।নিউ বঙাইগাঁও ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হয় যাৰ আনুমানিক বজাৰ মূল্য প্ৰায় 1কোটি 20লাখ টকা হ’ব বুলি ৰেল আৰক্ষীয়ে সংবাদ মাধ্যমক জানিব দিয়ে।

Read More
Uncategorized 

উৰিষ্যাৰ মন্দিৰৰ আৰ্হিত বিজনী পানবাৰীৰ মুল্যবান ধাতুৰে নিৰ্মিত মা কালি মন্দিৰ।চলিত মাহৰ 21অক্টোবৰ তা

উৰিষ্যাৰ মন্দিৰৰ আৰ্হিত বিজনী পানবাৰীৰ মুল্যবান ধাতুৰে নিৰ্মিত মা কালি মন্দিৰ।চলিত মাহৰ 21অক্টোবৰ তাৰিখে এই মন্দিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব বিটিচি চীফ হাগ্ৰামা মহিলাৰী

Read More
Uncategorized 

শিৱসাগৰ শ্ৰীশ্ৰী বিষ্ণু দ’ল প্ৰাঙ্গণত শনিবাৰে নিশা চাৰিঙৰ প্ৰত্যুষ খনিকৰ আৰু মৃন্ময় নাথে সত্ৰীয়া নৃত্য পৰিবেশন কৰে দৰ্শক ৰাইজক আপ্লুত কৰে।

শিৱসাগৰ শ্ৰীশ্ৰী বিষ্ণু দ'ল প্ৰাঙ্গণত শনিবাৰে নিশা চাৰিঙৰ প্ৰত্যুষ খনিকৰ আৰু মৃন্ময় নাথে সত্ৰীয়া নৃত্য পৰিবেশন কৰে দৰ্শক… Slået op af Public Press i Lørdag den 14. september 2019 শিৱসাগৰ শ্ৰীশ্ৰী বিষ্ণু দ’ল প্ৰাঙ্গণত শনিবাৰে নিশা চাৰিঙৰ প্ৰত্যুষ খনিকৰ আৰু মৃন্ময় নাথে সত্ৰীয়া নৃত্য পৰিবেশন কৰে দৰ্শক ৰাইজক আপ্লুত কৰে।বিগত বছৰত দাদৰাত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় সত্ৰীয়া নৃত্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান, যোৰহাটত অনুষ্ঠিত সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ সূত্ৰধাৰ আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ এশবছৰীয়া উদযাপনৰ উপলক্ষে অনুষ্ঠিত ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ সূত্ৰধাৰৰ সন্মান লাভ কৰিছিল।উল্লেখযোগ্য যে , চাৰিং খনিকৰ গাঁৱৰ নিৱাসী প্ৰত্যুষ খনিকৰ চাৰিঙৰ…

Read More
Public 

Real undevelopment scenario of Model BTC.

চিৰাং জিলাৰ ভাৰত ভুটান সীমান্তৰ ৰুণীখাতা প্ৰাথমিক চিকিৎসালয়লৈ গৰ্ভৱতী প্ৰসুতিক এম্বুলেঞ্ছৰ পৰিৰ্বতে অনা হল সাঙীত । স্বাধীনতাৰ ৭৩ বছৰৰ পিচতো দেশৰ স্বাস্থ্য বিভাগৰ এই নগ্ন ৰূপ।

Read More
Uncategorized 

সাংসদ নৱ কুমাৰ শৰণীয়াৰ সৈতে পাব্লিক প্ৰেছৰ Exclusive সাক্ষাৎকাৰ UNCUT.

UPPL আৰু BPFৰ মাজত মিত্ৰতা হ’ল নেকি? প্ৰমোদ বড়োৰ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ বৰ্তমানৰ স্থিতি কি? UPPL আৰু BPFৰ মধ্যস্থতাকাৰী কোন?

Read More
Public Uncategorized 

Ganja Recovered at Bijni.

চিৰাঙৰ বিজনী টোলগেটত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ। V.O:চিৰাঙ জিলাৰ বিজনী দহলাপাৰাস্থিত টোলগেটৰ সমিপত শনিবাৰে প্ৰায় 11 মান বজাত WB-19A-1171 নম্বৰৰ হোণ্ডা চিটি গাড়ী বহু সময় ধৰি গৰাকী বিহীন ভাৱে থকাত আৰক্ষীয়ে খবৰ লাভ কৰি তালাচী চলোৱাত গাড়ীৰ চিট,ডিগ্গি,ডেচ বোৰ্ড আদিৰ ভিতৰৰ পৰা 24 পেকেট মুঠ 64কেজী গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।বিজনী মহকুমাৰ আৰক্ষী বিষয়া প্ৰকাশ মেধীৰ নেতৃত্বত আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সহযোগত এই বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।উদ্ধাৰ হোৱা হোণ্ডা চিটি গাড়ী খনৰ নম্বৰ সন্দেহ উপজাত আৰক্ষীৰ এই চক্ৰৰ লগত কোন অসাধু ব্যৱসায়ী জড়িত ইয়াৰ বাবা…

Read More
Public 

Man arrested with Arms at Bijni.

বিজনী হস্তনিৰ্মিত বন্দুকসহ আটক ১।চিৰাঙ জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বল্লমগুড়ীৰ উপ-আৰক্ষীৰ বাউতিপাড়াত মঙ্গলবাৰে মাজনিশা বিজনী মহকুমাৰ আৰক্ষী বিষয়া প্ৰকাশ মেধীৰ নেতৃত্বত লগতে বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক বড়াৰ সহযোগত এক গোপন তথ্যৰ ভিত্তিত অঞ্চলটোত অভিযান চলাই হস্ত নিৰ্মিত ২টা বন্দুক,১০জাই সজীৱ গুলী,খালী কাৰ্তুজ ১টা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।আটকাধীন ব্যক্তিজনৰ নাম মনোজ মুছাহাৰী। উল্লেখ্য যে মঙ্গলবাৰে মাজনিশা একেজন ব্যক্তিৰ ঘৰৰ পৰা আৰক্ষীয়ে এটা বন্দুকসহ,বাৰুদ আৰু বন্দুক নিৰ্মান কৰিবলৈ আবশ্যকীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।ইতিমধ্যে বিজনী আৰক্ষীয়ে মনোজ মুছাহাৰীৰ বিৰূদ্ধে গোচৰ ৰুজু কৰিছে।

Read More