Uncategorized 

Huge Drug seized in Bongaigaon.

এক বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।যুৱ প্ৰজন্মক ধ্বংস কৰিব পৰা বৰবিষস্বৰূপ ড্ৰাগছ আজি নামনি মূৱা শৰাইঘাট এক্সপ্ৰেছৰ পৰা ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে।নিউ বঙাইগাঁও ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হয় যাৰ আনুমানিক বজাৰ মূল্য প্ৰায় 1কোটি 20লাখ টকা হ’ব বুলি ৰেল আৰক্ষীয়ে সংবাদ মাধ্যমক জানিব দিয়ে।

Related posts

Leave a Comment