শিৱসাগৰ শ্ৰীশ্ৰী বিষ্ণু দ’ল প্ৰাঙ্গণত শনিবাৰে নিশা চাৰিঙৰ প্ৰত্যুষ খনিকৰ আৰু মৃন্ময় নাথে সত্ৰীয়া নৃত্য পৰিবেশন কৰে দৰ্শক ৰাইজক আপ্লুত কৰে।
শিৱসাগৰ শ্ৰীশ্ৰী বিষ্ণু দ'ল প্ৰাঙ্গণত শনিবাৰে নিশা চাৰিঙৰ প্ৰত্যুষ খনিকৰ আৰু মৃন্ময় নাথে সত্ৰীয়া নৃত্য পৰিবেশন কৰে দৰ্শক…
Slået op af Public Press i Lørdag den 14. september 2019
শিৱসাগৰ শ্ৰীশ্ৰী বিষ্ণু দ’ল প্ৰাঙ্গণত শনিবাৰে নিশা চাৰিঙৰ প্ৰত্যুষ খনিকৰ আৰু মৃন্ময় নাথে সত্ৰীয়া নৃত্য পৰিবেশন কৰে দৰ্শক ৰাইজক আপ্লুত কৰে।বিগত বছৰত দাদৰাত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় সত্ৰীয়া নৃত্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান, যোৰহাটত অনুষ্ঠিত সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ সূত্ৰধাৰ আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ এশবছৰীয়া উদযাপনৰ উপলক্ষে অনুষ্ঠিত ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ সূত্ৰধাৰৰ সন্মান লাভ কৰিছিল।উল্লেখযোগ্য যে , চাৰিং খনিকৰ গাঁৱৰ নিৱাসী প্ৰত্যুষ খনিকৰ চাৰিঙৰ ৰাধাকান্ত ফুকন উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্র।আনহাতে মৃন্ময় নাথৰ ঘৰ সোণতলিছিগাত।