Ganja Recovered at Bijni.
চিৰাঙৰ বিজনী টোলগেটত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ।
V.O:চিৰাঙ জিলাৰ বিজনী দহলাপাৰাস্থিত টোলগেটৰ সমিপত শনিবাৰে প্ৰায় 11 মান বজাত WB-19A-1171 নম্বৰৰ হোণ্ডা চিটি গাড়ী বহু সময় ধৰি গৰাকী বিহীন ভাৱে থকাত আৰক্ষীয়ে খবৰ লাভ কৰি তালাচী চলোৱাত গাড়ীৰ চিট,ডিগ্গি,ডেচ বোৰ্ড আদিৰ ভিতৰৰ পৰা 24 পেকেট মুঠ 64কেজী গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।বিজনী মহকুমাৰ আৰক্ষী বিষয়া প্ৰকাশ মেধীৰ নেতৃত্বত আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সহযোগত এই বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।উদ্ধাৰ হোৱা হোণ্ডা চিটি গাড়ী খনৰ নম্বৰ সন্দেহ উপজাত আৰক্ষীৰ এই চক্ৰৰ লগত কোন অসাধু ব্যৱসায়ী জড়িত ইয়াৰ বাবা অনুসন্ধান অব্যাহত ৰাখিছে বিজনী আৰক্ষীয়ে।
News Desk PUBLIC PRESS