Politics 

প্ৰতিবাদ কাৰ্যসূচী তিনিচুকীয়া জিলাৰ মাকুমত।

২০১৬ নাগৰিক বিধেয়ক বাতিল কৰাৰ দাবীত আজি তিনিচুকীয়া জিলাৰ মাকুমত উত্তাল হৈ উঠে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ।
বৃহত্তৰ অসমীয়া যুৱ মঞ্চ , প্ৰাক্তন আলফা নেতা আৰু মৰাণ সভাই এক প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰে । ২০১৬ নাগৰিক বিধেয়ক বাতিলৰ দাবীত আজি সন্ধিয়া বহু সময় ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে যদিও সকলোৱে সহযোগ কৰে এই প্ৰতিবাদত ।
নৰেন্দ মুডি মূৰ্দাব্বাদ , নৰেন্দ মুডি গ বেক , বি জে পি মূৰ্দাব্বাদ , তেজ দিম মাটি নিদিও , আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই আদি ধ্বনি দি ৰাজপথ উত্তাল কৰি তুলে প্ৰতিবাদকাৰি সকলে ।

Related posts

Leave a Comment